#বৰমাৰ নিজগৃহতে কেচুসাৰ আৰু ভিন্ন ফুলৰ নাৰ্চাৰীৰ খেতি কৰি নিজকে স্বাবলম্বী হৈ বহু নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি আদৰ্শ হৈ পৰিছে নৃপেন বসুমতাৰী নামৰ লোকজনে#

#কৃষি বিভাগৰ পৰা সম্পূৰ্ণ সহাৰি লাভ কৰা নৃপেন বসুমতাৰীয়ে কেচুসাৰ-ফুলৰ নাৰ্চাৰীৰে বছৰত প্ৰায় তিনি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে#

#কেইবা বছৰো কেচুসাৰ আৰু ফুলৰ নাৰ্চাৰীৰ খেতিৰ উপাৰ্জনেৰে পৰিয়াল পোহপাল দি আহিছে নৃপেন বসুমতাৰীয়ে#

#কেচুসাৰ আৰু ভিন্ন প্ৰজাতিৰ ফুল সমুহ বাক্সাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি আহিছে নৃপেনে#

#নৃপেন বসুমতাৰীৰ এই পদক্ষেপ সচাকৈ প্ৰসংশনীয় আৰু সমান্তৰাল ভাৱে বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ স্বৰূপ#

#নৃপেন বসুমতাৰীৰ ফুলৰ নাৰ্চাৰীৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতিছে !