অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা টিংখাঙৰ বিধায়ক বিমল বৰাক আজি জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ এক প্ৰতিনিধি দলে সমষ্টিৰ নিজা বাসগৃহত সাক্ষাৎ কৰে। জগন্নাথ বৰুৱা মহাবিদ্যালয় খনৰ বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সকলে অৱগত কৰা - খোৱা পানীৰ সমস্যা, হোষ্টেল ৰ পকী পথ নিৰ্মাণ ৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મનીષ સિસોદિયાએ સી.આર.પાટીલનું આમંત્રણ સ્વીકાર્યું
મનીષ સિસોદિયાએ સી.આર.પાટીલનું આમંત્રણ સ્વીકાર્યું
Measuring the mood of voters in former Dy. CM Nitin Patel's assembly constituency seat Mehsana |TV9
Measuring the mood of voters in former Dy. CM Nitin Patel's assembly constituency seat Mehsana |TV9
અમદાવાદ સાબરમતી / જુગાર ધામ ઉપર દરોડા દરમિયાન ચાર પુલિસ કર્મી ઝડપાયા, સાથે મુદ્દા માલ રકમ કેટલો..❓
અમદાવાદ સાબરમતી / જુગાર ધામ ઉપર દરોડા દરમિયાન ચાર પુલિસ કર્મી ઝડપાયા, સાથે મુદ્દા માલ રકમ કેટલો..❓
শীঘ্ৰেই কৰদৈগুৰি গাঁৱৰ ২৪ পৰিয়ালক সংস্থান দিব চৰকাৰে: মন্ত্ৰী যোগেন মহন
শীঘ্ৰেই কৰদৈগুৰি গাঁৱৰ ২৪ পৰিয়ালক সংস্থান দিব চৰকাৰে" মন্ত্ৰী যোগেন মহন
ભાભરમાં ભર ઉનાળે વરસાદી માહોલ જામ્યો | SatyaNirbhay News Channel
ભાભરમાં ભર ઉનાળે વરસાદી માહોલ જામ્યો | SatyaNirbhay News Channel