গোলাঘাটৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আজি গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ উদ্যোগত মৎস্য পালনৰ প্ৰশিক্ষণৰ ১০৮ নং গোট আৰু বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণৰ ১০৯ নং গোটৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা, এল ডি এম ডি.কে পাণ্ডে আৰু পঞ্জাৱ নেচনেল বেংক, গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ সঞ্চালক চিন্ময় জ্যোতি গোহাঁইয়ে অংশগ্ৰহণ কৰে । মুঠ ৭৮ জন প্ৰাৰ্থীয়ে দুয়োটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্রশিক্ষাৰ্থীসকলক পৰ্যায়ক্ৰমে মুদ্ৰা আৰু কে চি চি ঋণ লাভ কৰি স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা কৰি দিয়া হ'ব বুলি চিন্ময় জ্যোতি গোহাঁয়ে জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উলঙ্গ চোৰে লুটিলে চিৰাং জিলাৰ শান্তিপুৰৰ মায়া ষ্টোৰ নামৰ মোৱাইল দোকনসমগ্ৰ চুৰিকাণ্ড বন্দী CCTV
উলঙ্গ চোৰে লুটিলে চিৰাং জিলাৰ শান্তিপুৰৰ মায়া ষ্টোৰ নামৰ মোৱাইল দোকনসমগ্ৰ চুৰিকাণ্ড বন্দী CCTV
Flipkart पर सेल 8 दिनों के लिए 23 सितंबर से 30 सितंबर तक
23 सितंबर से 30 सितंबर तक Flipkart पर सेल:
आप सभी को अपने मनपसंद चीजों पे भारी छूट और...
KOKILA, B24 ASSAM PORTEL OPENING
কোকিলাৰ বালাৰচৰত ডিজিটেল মাধ্যমত নতুনকৈ সংযোজিত হল B24 ASSAM নামৰ পোৰ্টেলঃ
মুখ্য কাৰ্যালয় মুকলি...
দয়াৰাম কলিতাৰ মৃত্যুত সাংসদ দিলীপ শইকীয়াৰ শোক প্ৰকাশ
নলবাৰী জিলাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দয়াৰাম কলিতাৰ মৃত্যুত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা...