"উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়া নিদিয়াটো মোৰ পাৰ্চনেল কথা। মই পাহৰি গলো আজি নিৰ্বাচন আছে বুলি। মোক সমালোচনা কৰিলেও কৰিব কৰক, মই কি কৰিম।" 
 টিংখাংৰ ২ নং দিঘলীয়াহোলাত প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ। 
"উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিও নিদিও মোৰ পাৰ্চনেল কথা, মই পাহৰিলো" বদৰুদ্দিন আজমল
 
   
  
 