সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ লখিমপুৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত জ্যোতি পুথিভঁৰাল শাখাৰ আতিথ্যত পন্ডিতপ্ৰৱৰ ড° কৃষ্ণকান্ত সন্দিকৈৰ উপজা দিনৰ লগত সংগতি ৰাখি নাৰায়ণপুৰত উদ্যাপন কৰা হয় পঢ়ুৱৈ দিৱস ৷ অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি উপেন কুমাৰ বৰুৱাই ৷ স্মৃতি তৰ্পনৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা মূল সভাখনত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हळद मार्केटमध्ये हळदीची आठ हजार पोत्याची आवक; वाहनांच्या रांगाच रांगा
हळद मार्केटमध्ये हळदीची आठ हजार पोत्याची आवक; वाहनांच्या रांगा लागल्या पोस्ट ऑफिस पर्यंत
...
ડીસા માર્કેટયાર્ડમાં ચેરમેન, વાઇસ ચેરમેનની ચૂંટણી જાહેર / સબંધ ભારત ન્યુઝ
ડીસા માર્કેટયાર્ડમાં ચેરમેન, વાઇસ ચેરમેનની ચૂંટણી જાહેર / સબંધ ભારત ન્યુઝ
মাজুলীত উপস্থিত চাহ জনগোষ্ঠী কল্যাণ আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিচান...
মাজুলীত উপস্থিত চাহ জনগোষ্ঠী কল্যাণ আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিচান...