ভাৰত জড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত বৰ্তমান কংগ্ৰেছে হাত চে হাত জড়ো অভিযান চলাই আছে।সম্পাদক সুৰুজ দিহিঙ্গীয়াই অঞ্চলটোৰ বিভিন্ন দোকান -পোহাৰ আৰু ঘৰত উপস্থিত হৈ ৰাইজৰ লগত দলৰ লিফলেট বিতৰণ কৰাৰ লগতে জনসম্পৰ্ক অভিযান চলাই। এই অভিযান কালত কংগ্ৰেছ কমিটিৰ বিষয় ববীয়া আৰু কংগ্ৰেছ কৰ্মী।উপস্থিত থাকে।
ডিমৌ সমীপৰ লাকুৱাত কংগ্ৰেছৰ হাত চে হাত জড়ো কাৰ্যসূচীত অংশ ল'লে প্ৰদেশ।কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰুজ দিহিঙ্গীয়াই।
