নগাওঁ ৰ ডুগডুগী স্থিত অসমিয়া কেচাঁ গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগীৰ স্বত্বাধিকাৰী তথা সমাজসেৱক উৎপল বনিয়াক জ্যোতিচিত্ৰবনত অনুষ্ঠিত দা নেটৱৰ্ক অসমৰ গোল্ডেন এবাৰ্ড ২০২২ত জনপ্ৰিয় অসমিয়া গহনাৰ ডিজাইনাৰ সন্মানেৰে সন্মানিত কৰা হয়।

     উৎপল বনিয়াক এখন ফুলাম গামোচা, ট্ৰোফি আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়।