শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক হিচাপে দায়িত্বভাৰ লাভ কৰা যুৱ সমাজ কৰ্মী তথা চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কচুমাৰী নিবাসী সঞ্জীৱ বৰাক আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ কচুমাৰি যুৱ সমাজৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাহয়। কাৰ্যসূচীত কচুমাৰি যুৱ সমাজৰ বিষয় ববীয়া আৰু সদস্য সকলে সঞ্জীৱ বৰাক . ফুলাম গামোচা আৰু উপহাৰেৰে সম্বৰ্ধনা জনায়। কচুমাৰি যুৱ সমাজৰ বিষয়ববীয়া আৰু সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰি সঞ্জীৱ বৰায়ে কয় যে তেওঁ পোৱা দায়িত্ব নিষাৰে পালন কৰিবলৈ সম্পূৰ্ণচেষ্টা কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तिरोडा मेरोटोरियस स्कूलचा मंथन विदर्भातुन दुसरा
तिरोडा मेरोटोरियस स्कूलचा मंथन विदर्भातुन दुसरा
Lok Sabha Election 2024 Phase 4 Voting: देखिए यूपी में अभी तक कितने फीसदी हुआ है मतदान?
Lok Sabha Election 2024 Phase 4 Voting: देखिए यूपी में अभी तक कितने फीसदी हुआ है मतदान?
জেহাদীয়ে শিক্ষকতা কৰা মাদ্ৰাছাত আৰক্ষীৰ অভিযান
আজি কাবাইটাৰীৰ মা আৰিফ ও ক্কাৰায়ানা মাদ্ৰাছাত বঙাইগাঁও আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায় ৷ লগতে...
Jawan, starring Shah Rukh Khan, will be released on August 25. - Newzdaddy
Its announcement, the Atlee-directed film Jawan, starring Shah Rukh Khan, has been making news....