আজি দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। সংসদ ভৱনত পুৱা ১০বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।উপ-ৰাষ্ট্রপতিৰ নিৰ্বাচনত ভোটদান প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ।