৬৫বছৰীয়া এজন ৰোগী ১আগষ্টৰ পৰা সন্ধানহীন হৈ আছে GMCHৰ পৰা। GMCH কৰ্তৃপক্ষই কিন্তু ঘটনাটো গাপ দিয়াৰ লগতে কোনো দায়িত্ব লোৱা নাই।

বুধবাৰে দিনৰ ১২বজাৰ পৰা সন্ধানহীন লোকজন।