ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ হাটখোলাত নিশা কাৰ আৰু বাইকৰ সংঘৰ্ষত দুজন লোক আহত হয়।জানিব পৰা মতে লাচিত নগৰৰ দিশৰ পৰা তীব্ৰবেগত অহা বাইক AS06Y1916 আৰু AS06J 5512নম্বৰৰ কাৰৰ লগত খুন্দা মৰাৰ ফলত কাৰত থকা সমাজ কৰ্মী ৰঞ্জন সেনৰ পুত্ৰ ৰাজমুনি সেন আৰু বাইক আৰোহী প্ৰাঞ্জল বড়া আহত হয়। দুৰ্ঘটনাত দুইখন বাহনেই ক্ষতিগ্ৰস্ত হয় ।ঘটনা স্থলীত উপস্থিত হৈ মৰাণ আৰক্ষীয়ে বাহন দুখন জব্দ কৰি থানালৈ আনি তদন্ত আৰম্ভ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
ડીસામાં યુવતીનું પર્સ ચોરનાર શખ્સને લોકોએ ઝડપી પોલીસના હવાલે કર્યો
ડીસા શહેરમાં દિન દહાડે ભરચક વિસ્તાર એવા બસ સ્ટેશનમાં ભીડ વચ્ચે એક યુવતીનું પર્સ તફડાવી ભાગતા...
पूरग्रस्तांना आ. वडेट्टीवारांनी दिला मदतीचा हात,सिरोंचा तालुक्यातील हजारों हेक्टर जमीन पाण्याखाली
पूरग्रस्तांना आ. वडेट्टीवारांनी दिला मदतीचा हात,सिरोंचा तालुक्यातील हजारों हेक्टर जमीन पाण्याखाली
Bihar में RJD को बड़ा झटका, RJD विधायक NDA में शामिल | Bihar Politics | Nitish Kumar
Bihar में RJD को बड़ा झटका, RJD विधायक NDA में शामिल | Bihar Politics | Nitish Kumar