ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ তথা টিংখাং বিধানসভা সমষ্টিৰ ৰমাইলাচন গাঁৱত বঢ়ীদিহিং নদীৰখহনীয়াত স্থানীয় কৃষক ৰাইজে বহু শ শ বিঘা কৃষিভূমি হেৰুৱাব লগা হৈছে।এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক লগতে অসম চৰকাৰক শ্ৰীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ আহ্বান জনাইছে।।
বুঢ়ী দিহিং নদীৰ ব্যাপক গৰাখহনীয়াই ৰমাইলাচন গাঁৱলৈ আনিছে তীব্ৰ ভাবুকি,বিধায়ক তথা মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহনৰ আহ্বান।

