পুনৰ বিদ্যুত মাচুল বৃদ্ধি কৰা সিদ্ধান্তক আজি মৰাণত তীব্ৰ বিৰোধীতা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱজিত গগৈৰ।নেতাগৰাকীয়ে কয় যে বাৰে বাৰে বিদ্যুত মাচুল বৃদ্ধি কৰি বিজেপি চৰকাৰে দুখীয়া ৰাইজক মাধমাৰ সোধাইছে। বিদ্যুত মাচুল বৃদ্ধিক ধিক্কাৰ জনাই দুখীয়া ৰাইজক চকুমেলি চাবলৈ বিজেপি চৰকাৰক।আহ্বান জনাই।