ঢকুৱাখনাত সোনালিকা টেক্টৰ শাখা উদ্বোধন।
ঢকুৱাখনা কৃষক সকলৰ বাবে ভাল খবৰ,ঢকুৱাখনাত উন্নত মানদণ্ডৰ এটা সোনালিকা টেক্টৰ শাখা উদ্ধোধন কৰা হয়।
বহু কৃষকে এই দিলাৰ পৰা কম ঋনৰ টেক্টৰ ক্ৰয় কৰিব পাৰিব।আৰু পুৰণা টেক্টৰ সলনি কৰিও এই উন্নতমানদণ্ড টেক্টৰ ক্ৰয় কৰিব পাৰিব।
সোনালিকা টেক্টৰে বহু কৃষকৰ মুখত হাঁহি ৰ কঢ়িয়াই আনিছে।।
 
  
  
   
  