অসমবাসীযৰ বাবে সু খবৰ। বিশ্ব ঐতিহ্যক্ষেত্ৰ হোৱাৰ দিশে ধাৱমান চৰাইদেউ মৈদাম। চৰাইদেউৰ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। UNESCO-এ প্ৰদান কৰে এই স্বীকৃতি। ২০১৪ চনত প্ৰথমবাৰৰ বাবে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। দেশৰ পৰা চলিত বৰ্ষত কেৱল অসমৰ বাবে UNESCO লৈ যাব মনোনয়ন। পেৰিছলৈ প্ৰেৰণ কৰিব এই মনোনয়ন। ছেপ্টেম্বৰত UNESCOৰ পৰ্যবেক্ষকৰ দল আহিব চৰাইদেউলৈ। ইয়াৰ ভিত্তিতে ২০২৪ৰ মাৰ্চৰ ভিতৰত চূড়ান্ত স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত শ্যামলী চৌহদ কাৰ্যসূচী
সমগ্ৰ ৰাজ্যতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ...
વિવિધ કલમ મુજબ ના ગુના ના આરોપી ની વાડી પોલીસ એ અટકાયત કરી
વિવિધ કલમ મુજબ ના ગુના ના આરોપી ની વાડી પોલીસ એ અટકાયત કરી
108MP कैमरा और 5000mAh बैटरी वाले Smartphone को सस्ते में खरीदने का मौका, 10 हजार रुपये से कम हो गया दाम
क बढ़िया कैमरा क्वालिटी वाले स्मार्टफोन को खरीदने की जरूरत महसूस कर रहे हैं और बजट कम है तो निराश...
હર્ષદ 108 માં ફરજ બજાવતા હાર્દિક ડવ અને પરબત મોરીએ પ્રમાણિકતાનું ઉમદા ઉદાહરણ પૂરું પાડ્યું હતું.
હર્ષદ 108 માં ફરજ બજાવતા હાર્દિક ડવ અને પરબત મોરીએ પ્રમાણિકતાનું ઉમદા ઉદાહરણ પૂરું પાડ્યું હતું.
माजी जिल्हा प्रमुख अॅड.चंद्रकांत नवले यांनी केलेेवराई मतदार संघातुन ७२०० प्रतिज्ञापत्र दाखल
माजी जिल्हा प्रमुख अॅड.चंद्रकांत नवले यांनी केलेे गेवराई मतदार संघातुन ७२०० प्रतिज्ञापत्र दाखल