জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গভীৰ শ্ৰদ্ধাঞ্জলি । গোলাঘাট নগৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত আজি শিল্পী দিৱসৰ পৱিত্ৰ ক্ষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ কাৰ্যসূচীৰে পশ্চিম গোলাঘাট সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয় । পুৱা ৬ বজাত ত্ৰিমূৰ্তি ক্ষেত্ৰত মহান শিল্পী গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপদেষ্টা, প্ৰবীণ সাংবাদিক,সমাজকৰ্মী দ্বীপেন দত্তই । পুষ্পাঞ্জলি অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভা তথা গোলাঘাট জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক স্বাগতা বৰা,শাখাৰ বিষয়ববীয়া,বিশিষ্ট সমাজকৰ্মী দিলীপ শইকীয়া, শাখাৰ বিষয়ববীয়া,সাংবাদিক চন্দন কৰ্মকাৰ, পৌৰ কৰ্মী সঞ্জয় বাচফৰ আদিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mental Switch Launches in Bengaluru: Revolutionizing Mental Wellness with Experiential Learning Programs.
Bengaluru, 21st Sep 2024
Mental Switch, a leader in mental health and personal...
Sambhaji Nagar Rain | संभाजीनगरच्या सिल्लोडमध्ये अवकाळी पाऊस, चौथ्यांदा अवकाळीचं संकट
Sambhaji Nagar Rain | संभाजीनगरच्या सिल्लोडमध्ये अवकाळी पाऊस, चौथ्यांदा अवकाळीचं संकट
দিহা নামৰ সুৰত জীপাল চৰাইদেউ যুৱ সমাজৰ দূৰ্গা পূজাস্থলী
চৰাইদেউ যুৱ সমাজৰ উদ্যোগত আৰু সোণাৰিবাসীৰ সহযোগত আয়োজিত ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজাত আজি...
বিশ্ব হিন্দু মহা সংঘৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী
বিশ্ব হিন্দু মহা সংঘ , অসমৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ শ্ৰী শ্ৰী ৰমানন্দ দেৱ বেদ পাঠশালাৰ...