অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান চৰাইদেউ জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজি ৰে পৰা মাহমৰাৰ মৰাণ নগৰত তিনিদিনীয়াকৈ আৰম্ভ্ কৰা হৈছে ভোগালী মেলা । আজি এই মেলাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথাঅসম।চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই মেলাত ভোগালী বিহুক উপলক্ষ কৰি সকলো ধৰণৰ পিঠা -পনা জা-জলপান উপলব্ধ হৈছে। অসম ৰাজ্যিক জীৱিকা অভিযান মিচনৰ অধীনত একুৰিৰো অধিক মহিলা আত্মসহায়ক গোটে অংশ।গ্ৰহন কৰিছে।
মাহমৰাৰ মৰাণ নগৰত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰা ভোগালী মেলা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।

