মৰাণ পিয়লি নগৰত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি এজন যুৱকক আহত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বাসুদেৱ নাথক আজি ডিব্ৰুগড় জেল হাজোতলৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ ৰ অন্তৰ্গত মৰাণ পিয়লি নগৰত শুকুৰবাৰে নিশা বাসুদেৱনাথে চোকাঅস্ত্ৰৰে প্ৰহাৰ কৰি ২৭ বছৰীয়া দ্বিবনদাসক আহত কৰিছিল। পিয়লি নগৰ।নিৱাসী।বাসুদেৱনাথেনিজৰ ঘৰত।হুলস্থুল।কৰি থাকোতে চুবুৰীয়া দ্বিবন দাসে বাধা দিবলৈ।যাওঁতে বাসুদেৱনাথে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি আহত কৰিছিল। ঘটনাৰ পাছত বাসুদেৱনাথে মৰাণ আৰক্ষী থানাত আত্মসমৰ্পন কৰে