বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গোপাল গোহাইঘৰ প্ৰাংগনত অহা ১৯ আগষ্ট(২ ভাদ,শুক্ৰবাৰ) শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আয়তীনাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৫০০১/= টকা দ্বিতীয় পুৰস্কাৰ নগদ ৩০০১/= টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ২০০১/=টকা৷নাম প্ৰতিযোগিতাৰ বাবে কোনো ভৰ্তি মাচুল নাই৷ ইচ্ছুক প্ৰতিযোগী দলে 8638331233,,6002742212,,6000242833 ফোন নংত যোগাযোগ কৰিব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৰুপথাৰত অবৈধ চুলাই মদ ধ্বংস
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং গন্ধকৰৈ আৰু লতাজুৰি গাৱৰ পৰা...
खालिस्तान समर्थक अमृतपाल पर NSA एक और साल बढ़ाया गया, फिलहाल डिब्रूगढ़ जेल में है बंद!
वारिस पंजाब के जत्थेबंदी के प्रधान अमृतपाल सिंह पर एन.एस.ए. एक साल के लिए बढ़ा दिया गया है।...
মাজুলীত শ্ৰী শ্ৰী ৰোমহৰ্ষণ দেৱৰ জন্ম জয়ন্তী পালনঃ
শ্ৰী শ্ৰী ৰোমহৰ্ষণ মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাঙ্গণত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী...
गोंदिया || जिल्ह्यात संततधार पावसामुळे शेती कामांना आला वेग
गोंदिया || जिल्ह्यात संततधार पावसामुळे शेती कामांना आला वेग