চৰাইদেউ জিলাৰ মৰাণ নগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণউচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱনিৰ্মিত শিক্ষক জিৰনী কোঠা উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। সাংসদ জনৰ সমষ্টিৰ উন্নয়ন পুঁজিৰ দহ লাখ টকাৰে নিৰ্মান কৰাহয় এই শিক্ষকজিৰনী কোঠা। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ইণ্ডিকা গগৈ মাহমৰা খণ্ডৰ খণ্ডউন্নয়ণ বিষয়া উৎপল গগৈ ,মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য্য বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল জেলিল মৰাণ পৌৰসভাৰ সভাপতি অৰূপ দত্ত কে ধৰি বহু সংখ্যক গণ্য মান্য।ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आशीष मेहता फिर प्रान्त प्रचार प्रमुख बने, रजनी धाकड़ महिला प्रमुख नियुक्त
भारतीय किसान संघ के प्रान्त अध्यक्ष शंकरलाल नागर और महामंत्री अम्वालाल शर्मा ने अपनी 21 सदस्यीय...
નગરપાલિકાની વિકાસની ઇતિહાસમાં એક સાથે આટલા બધા કામ મજૂર..
ડીસા નગરપાલિકાની વિકાસની રાહમાં હરણફાળ કરોડો રૂપિયાના રોડ રસ્તા મંજૂર..
નગરપાલિકાના ઇતિહાસમાં એક...
थाना महावीर नगर कोटा शहर पुलिस द्वारा अवैध मादक पदार्थों के खिलाफ दो बडी कार्यवाही
डॉ. अमृता दुहन, I.P.S पुलिस अधीक्षक जिला कोटा शहर ने बताया कि आदतन अपराधियों, वांछित अपराधियों की...
મોરવાડા પ્રાથમિક શાળામાં ICDS ઘટક સુઇગામ દ્વારા જાડા ધાન બાજરીની વાનગી સ્પર્ધા યોજાઈ.
પ્રધાનમંત્રી પોષણ શક્તિ નિર્માણ યોજના ગુજરાત સરકાર અને સુઇગામ ICDS ઘટકના સંયુક્ત ઉપક્રમે સુઇગામ...