অসম বিধানসভাৰ এক বিশেষ অধিৱেশন অহা ১৭ আগষ্ট অৰ্থাত বুধবাৰে অনুষ্ঠিত হ'ব। 

ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দিছপুৰস্থিত বিধানসভাৰ কক্ষত অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশন। 

অসম বিধানসভা সচিবালয়ৰ তৰফৰ পৰা এক অধিসূচনাযোগে এই কথা জনোৱা হৈছে।