নাৰায়ণপুৰৰ কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীৰ প্ৰচেষ্টাত আজি শুভমুক্তি লাভ কৰে এখন বাস্তৱধৰ্মী অসমীয়া বোলছবি প্ৰেমৰ ঢৌ ৷ নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি দিয়া ছবিখন প্ৰযোজনা কৰে উদীয়মান শিল্পী ঈষাণ নয়ন শইকীয়াই ৷ ঈষাণ নয়নৰ কাহিনীৰ ছবি খন পৰিচালনা কৰে ৰঞ্জন বৰাই ৷ পোন্ধৰটা চৰিত্ৰ সন্নিৱিষ্ট ছবিখন আজি আনুষ্ঠানিক ভাৱে শুভমুক্তি দিয়ে বিশিষ্ট শিক্ষক ক্ষেত্ৰধৰ চাবুকধৰাই ৷ বাস্তৱধৰ্মী কাহিনীৰ ছবিখন অসমৰ ৰাইজে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে শিল্পী কলা কুশলীসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Eknath Shinde | 'ठाकरे कुटुंबियांबाबत आक्रमक भूमिका घेऊ नका' आमदारांना मुख्यमंत्री शिंदेंचं आवाहन
CM Eknath Shinde | 'ठाकरे कुटुंबियांबाबत आक्रमक भूमिका घेऊ नका' आमदारांना मुख्यमंत्री शिंदेंचं आवाहन
গোলাঘাটৰ গণক পুখুৰীত সাৰ্বজনীন গণেশ মন্দিৰ উন্মোচন
গোলাঘাটৰ গণক পুখুৰীত সাৰ্বজনীন গণেশ মন্দিৰ উন্মোচন । গণেশ চতুৰ্থীৰ দিনা অঞ্চলটোত নতুনকৈ...
ಮಣಿಪುರದಲ್ಲಿ ಕಾನೂನು ಸುವ್ಯವಸ್ಥೆ ಸಂಪೂರ್ಣವಾಗಿ ಹಾಳಾಗಿದೆ - ಕೇಂದ್ರ ಸಚಿವ ಆರ್.ಕೆ. ರಂಜನ್ ಸಿಂಗ್ ಆಕ್ರೋಶ
ಮಣಿಪುರ ರಾಜ್ಯದಲ್ಲಿ ಮೀಸಲಾತಿಗಾಗಿ ನಡೆಯುತ್ತಿರುವ ಹೋರಾಟ ತಾರಕಕ್ಕೇರಿದೆ. ದುಷ್ಕರ್ಮಿಗಳು ರಾಜಧಾನಿ ಇಂಫಾಲ...
Royal Enfield ने Guerilla 450 को इंडिया में कराया ट्रेडमार्क, जल्द लॉन्च होगी Himalayan 450-बेस्ड नई बाइक
Royal Enfield ने हाल ही में Guerrilla 450 नेमप्लेट के लिए एक ट्रेडमार्क दायर किया है जिससे पता...