মূল্যবৃদ্ধি ৰোধ, নিৱনুৱা সমস্যা সমাধান, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত GST আৰোপ, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা আদিৰ বিৰুদ্ধে প্ৰতিবাদৰ পিছতে স্মাৰক পত্ৰ প্ৰদান ৰাজ্যপালক।

আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

ফাউণ্ডেছনত ED সোমোৱাৰ ভয়ত দুই ভাতৃ শৰণাপন্ন হিমন্ত বিশ্ব শৰ্মাৰ।

এফালে হিমন্ত বিশ্বৰ লগত সম্পৰ্ক আনফালে  ৰাতিি হ'লে দিল্লীত ছোনীয়া গান্ধীৰ এপইণ্টমেণ্ট লয় আজমলে।

আজমলক প্ৰত্যাহ্বান কংগ্ৰেছৰ।

আমাৰ দৰে প্ৰতিবাদত মানুহ গোটাই দেখুওৱাক আজমলে। 

ভূপেন বৰাৰ লগত কোন আছে কোন নাই ৰাইজে দেখিছে। 

প্ৰতিনিধি দলটোত উপস্থিত থাকে জ্যেষ্ঠ কংগ্ৰেছী এটোৱা মুণ্ডা, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, জয়প্ৰকাশ দাস।