নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ একাদশ ত্ৰি-বাৰ্ষিক অধিবেশন খন অহা ২৫ ডিচেম্বৰত এদিনীয়া কাৰ্য্যসূচীৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব৷তদুপলক্ষে সেইদিনা পূৱাই এটি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খোজা আগ্ৰহী প্ৰতিযোগীক নিৰ্ধাৰিত তাৰিখৰ আগতে 9101310450 আৰু 9957775748 ফোন নংত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷মাৰাথন দৌৰৰ পিচতে পূৱা ন-বজাত ক্লাৱৰ পতাকা উত্তোলন,৯-৩০ বজাত স্মৃতি তৰ্পণ আৰু ১০-৩০ বজাত ক্লাৱৰ বিষয়বাচনি সভা অনুষ্ঠিত হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ ક્રાઇમ બ્રાન્ચનું મોટું ઓપરેશન: પાકિસ્તાની એજન્સીને મદદ કરતો વ્યક્તિ ઝડપાયો
અમદાવાદ ક્રાઇમ બ્રાન્ચનું મોટું ઓપરેશન: પાકિસ્તાની એજન્સીને મદદ કરતો વ્યક્તિ ઝડપાયો
'भाई वोट देकर ही बंगाल से जाना...', ईद मनाने आए श्रमिकों से ममता बोलीं- अगर मतदान नहीं किया तो चली जाएगी नागरिकता
Mamta Banerjee attack Bjp पश्चिम बंगाल की मुख्यमंत्री ममता बनर्जी का विवादित बयान सामने आया...
સંઘર્ષના દિવસોમાં આત્મહત્યા કરવાના વિચારો આવતા હોવાનો મિથુન ચક્રવર્તીએ કર્યો ખુલાસો
મિથુન ચક્રવર્તી છેલ્લા 45 વર્ષથી ફિલ્મ ઈન્ડસ્ટ્રીમાં સક્રિય છે. આ વર્ષે તે ફિલ્મ કાશ્મીર...