* চৰাইদেউৰ বৰপাত্ৰ চাহ বাগিচাত ভয়াবহ অগ্নিকাণ্ড

* দুজন গুৰুত্ব ভাবে আহত

চৰাইদেউ জিলাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাৰ তেল জমা কৰি ৰখা কক্ষত অগ্নি কাণ্ড সংঘটিত হৈছে। ঘটনাটোত থমপি ৰক্ষা পৰিল বাগিচাৰ কল ঘৰৰ লগতে বহু পৰিমাণে বাগিচাৰ হা সম্পত্তি।অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।দুজন শ্ৰমিকৰ এই অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত হোৱাত বৰপাত্ৰ চাহ বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।