আলফা স্বাধীনৰ লগত যোগসূত্ৰ ৰখাৰ সন্দেহত সোণাৰি আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱানক।

আটকাধীন আৰক্ষী জোৱান জনৰ নাম বসন্ত বুঢ়াগোহাঁই।

শদিয়াৰ পৰা আটক কৰিলে অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত লোকজনক।

অধিক তথ্যৰ বাবে সম্প্ৰতি সুধপোছ অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।