ড্ৰাগছৰ কণ্টেইনাৰ সহ বুধবাৰেড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন।প্ৰান্তৰৰ সমান্তৰাল ভাৱে মৰাণ আৰক্ষীয়েও অভিযান তীব্ৰতৰ কৰিতোলা পৰিলক্ষিত হয়। বুধবাৰে নিশা গোপন সুত্ৰৰ পম খেদি ড্ৰাগছৰ কণ্টেনাৰ সহ মৰাণ মিৰিহোলাৰ পৰা আটক কৰা।দুজন যুৱকক আজি জেল হাজোতলৈ প্ৰেৰণ কৰিলে। আৰক্ষীয়ে যুৱক কেইজনৰ পৰা তিনিটা ড্ৰাগছৰ কণ্টেনাৰ সহ দুটা চিৰিঞ্জ এটা মোৱাইল ফোন আৰু দুখন চিম জব্দ কৰিবলৈ সক্ষম হৈছে।আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আটকাধীন যুৱক কেইজন।চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বটামৰা নিৱাসী হীৰা গগৈৰ পুত্ৰ শঙ্কু গগৈ ২০বছৰ, ডিব্ৰুগড় জিলাৰ মৰাণ লাচিত নগৰ নিৱাসী ৰূপজ্যোতি ফুকনৰ পুত্ৰটনি ফুকন (২০বছৰ )ক জেল হাজোতলৈ প্ৰেৰণ কৰে। মৰাণ মিৰিহোলাৰ পৰা গ্ৰেপ্তাৰ হোৱা দুজন যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
@KHABR DAR WEB અરનાલા ગામે શ્રી રામ કથાનો ભવ્ય પ્રારંભ..જુઓ વિડીયો
@KHABR DAR WEB અરનાલા ગામે શ્રી રામ કથાનો ભવ્ય પ્રારંભ..જુઓ વિડીયો
Rajasthan Vidhan Sabha 2024: पाकविस्तापित लोगों की नागरिकता पर बोले Ravindra Singh Bhati
Rajasthan Vidhan Sabha 2024: पाकविस्तापित लोगों की नागरिकता पर बोले Ravindra Singh Bhati
ડીસા લાયન્સ ક્લબ દ્વારા સ્લમ વિસ્તારોમાં મીઠાઈ ચવાણા નું વિતરણ કરાયું
ડીસા લાયન્સ ક્લબ દ્વારા સ્લમ વિસ્તારોમાં મીઠાઈ ચવાણા નું વિતરણ કરાયું
शॉर्ट सर्किट से घर में लगी आग, सामान जलकर राख
गुनौर : एफआरवी स्टाफ ने जानकारी देते हुए बताया कि गुनौर नगर पुराने स्टेट बैंक के...