Elephant terror at Soanri/সোণাৰিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তী।

সোণাৰি নগৰ পৌৰসভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ড শান্তিপুৰত বন্যহস্তীৰ আতংক। বন্যহস্তীয়ে তচ নচ কৰিলে কেইবাজনো লোকৰ বাৰী। বন বিভাগ খবৰ দিয়াৰ পিছতো উপস্থিত সময়ত আহি নোপোৱাৰ অভিযোগ।