চৰাইদেউ জিলাৰ সোনাৰি নগৰ স্থিত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন।গুৰুত্ব পূৰ্ণ পৰ্য্যলোচনা সভা অনুষ্ঠিত হয়। এই সভা খনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ৰ লগতে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ বহু কেইগৰাকীউচ্চ পদস্থ বিষয়াৰ লগতে কৰ্মচাৰী সকল উপস্থিত থাকে। মুলতঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে ৰূপায়ন কৰিথকা জনকল্যান মুলক আঁচনি সমুহ যাতে জনতাই সময়ে সময়ে লাভ কৰে লগতে যিসমুহ।কামকাজ ইতিমধ্যে কৰি।থকা হৈছে সেইবিলাক নিৰ্ধাৰিত সময়ত শেষ হয় আৰু জনতাই তাৰ লাভ উপভোগ কৰিব পাৰে তাৰ বিষয়ে বিতং ভাৱে এই সভাত আলোচনা কৰাহয় আৰু মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমুহ কামকাজ শেষ কৰিবৰ কাৰণে বিষয়া সকলক নিৰ্দেশ দিয়ে।
জিলা উপায়ুক্ত কাৰ্য্যালয়ত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্য্যালোচনা সভা সম্পন্ন।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_064834120f27f439467facd27ffa1ace.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)