মৰাণৰ দি কিট্চেনৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱকমৰানৰ ৩৭ নং ৰাষ্ঠীয় ঘাই পথৰ দাতিৰ দি কিট্চেনৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক।যুৱকজনে ASO4N -3375হোণ্ডা স্কুতি চলাই গৈআছিল। অচিনাক্ত ট্ৰাক।এখনে খুন্দামৰাৰ ফলত যুৱক জনৰ মৃত্যু হয়। ট্ৰাক খন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে ডিব্ৰুগড় ।জিলা ৰ মৰাণ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈছে। মৃতদেহটো মৰাণ মিলিজুলি পথৰ ধৈৰ্য্য বৰুৱাৰ একমাত্ৰ পুত্ৰ হেপীৰাজ বৰুৱা বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गंगाखेड परभणी रोडवर भिषण अपघात.
गंगाखेड
गंगाखेड परभणी रोडवरील महातपुरी फाट्यावर बस व ऑटो अपघात दुपारी साडेचार च्या सुमारास...
હવે દેશમાં તમામ ખાતર 'ભારત' બ્રાન્ડના નામથી વેચવામાં આવશે
હવે દેશમાં ખેડૂતોને ઉપલબ્ધ તમામ ખાતર એક જ 'ભારત' બ્રાન્ડ ધરાવશે. કંપની કોઈપણ હોય, તમામ ખાતર...
Border residents protest in Shillong
Border residents sit in demonstration in Shillong
ઈકબાલગઢ ગામે હનુમાન. જન્મો ઉત્સવની ભવ્ય શોભાયાત્રા
ઈકબાલગઢ ગામે હનુમાન. જન્મો ઉત્સવની ભવ્ય શોભાયાત્રા