পুৱাই।মৰাণৰ পূৰ্ণিমা হোটেআজিপুৱাই পুৰ্ণিমা হোটেলৰ সন্মুখত পথ দুৰ্ঘটনা সংঘটিত হয়। মৰাণৰ ৩৭নং ঘাই পথৰ পুৰ্ণিমা হোটেলৰ সন্মুখত সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা। এগৰাকী মহিলাই নিজৰ কন্যাক বিদ্যালয়লৈ নি থকা সময়তে এখন বুলেট বাইকত খুন্দা মৰাৰফলত এই দুৰ্ঘটনা।সংঘটিত হয়। দুৰ্ঘটনাত বাইক আৰোহী দীপ বৰুৱাৰ লগতে স্কুটিত থকা ২নং সৰুপথাৰ গাৱৰ নিৱাসী মাতৃ চল্লিশ বছৰীয়া ৰীঁনা বৰগোঁহাইৰ লগতে কন্যা বাৰ্বী বৰগোঁহাই গুৰুতৰ ভাৱে আহত হয়। তিনিওকে তৎক্ষনাত চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়।লৰ সন্মুখত পথ দুৰ্ঘটনা। তিনিজন গুৰুতৰ ভাৱে আহত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાઈવે પર અકસ્માત ને આમંત્રણ.
*અકસ્માત ને આમંત્રણ ?*
*ઠાસરા તથા મૂળિયાદ પાસે હાઈવે પર પડેલા રેતી ના ઢગલાઓ કોઈ નિર્દોષ નો ભોગ...
नयापुरा पुलिस में दुष्कर्म के आरोपी कांस्टेबल को किया गिरफ्तार
कोटा के नयापुरा पुलिस ने दुष्कर्म के आरोपी कांस्टेबल को गिरफ्तार कर जेल भेज दिया है,डीएसपी...
নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন৷নাজিৰা সমজিলা আয়ুক্ত কণিকাই উত্তোলন কৰে পতাকা৷
সমগ্ৰ দেশৰ লগতে নাজিৰাতো ৭৬ তম গণৰাজ্য দিৱস উৎযাপন।
বিগত বছৰৰ দৰে এইবাৰো নাজিৰা...
एक श्याम खाटू के नाम भजन संध्या कार्यक्रम का पूर्व मंत्री आंजना की ओर से हुआ आयोजन
निम्बाहेडा
फ़रीद खान
पूर्व सहकारिता मंत्री आंजना की और से "एक शाम खाटूश्याम जी के नाम" भजन संध्या...