চৌপাশে কেৱল হালধীয়া আৰু হালধীয়া। জীয়াভৰলী নৈৰ দাঁতিত এতিয়া চৌপাশে হালধীয়াৰ সমাহাৰ। এই দৃশ্য শোনিতপুৰ জিলাৰ লখৰাৰ সোনাই পামৰ জীয়াভৰলী নৈৰ দাঁতিৰ। নদীৰ পাৰত এতিয়া এনেদৰেই ফুলি আছে সৰিয়ঁহৰ হালধীয়া ফুল।কেমেৰাই ঢুকি নোপৱালৈকে কেৱল হালধীয়া হৈ পৰিছে শ-শ বিঘা মাটি। নদীখনৰ মনোমোহা দৃশ্যত সোনত সুৱগা চৰাইছে এই সৰিয়ঁহৰ ফুলে। এই সৰিয়ঁহ খেতিৰে কৃষকে উপাৰ্জন কৰে লক্ষ্যাধিক টকা। শ-শ বিঘা কৃষি ভূমিত এনেদৰে সঁৰিয়হ খেতিয়ে হাঁহি বিৰিঙাইছে এইসকল কৃষকক।জীয়াভৰলীৰ পাৰত এইডৰা সঁৰিয়হৰ হালধীয়া সুৱাশত এতিয়া ৰজনজনাইছে চৌদিশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वतन्त्रता दिवस को लेकर चराई देव जिले में पुलिस और असम राइफल्स सतर्क
आने वाले 15 अगस्त को लेकर चराई देव जिले में पुलिस,असम राइफल्स ,और गॉव रक्षा वाहिनी पूरी मुस्तैदी...
अखिलेश यादव का बड़ा ऐलान, सपा के सिंबल पर लड़ेंगे INDIA गठबंधन के प्रत्याशी
उत्तर प्रदेश विधानसभा की नौ सीटों पर होने वाले उपचुनाव को लेकर समाजवादी पार्टी के प्रमुख अखिलेश...
ककरहटी विप्र समाज एवं सर्व समाज के द्वारा बड़ी धूमधाम से मनाया गया भगवान परशुराम का जन्म उत्सव
*ककरहटी विप्र समाज एवं सर्व समाज के द्वारा बड़ी धूमधाम से मनाया गया भगवान परशुराम का जन्म उत्सव*...
પાવીજેતપુર તાલુકાના ઝરી ગામે ખેતરમાં ઘાસમાં છુપાવેલો ૫૬,૭૩૬/- નો વિદેશી દારૂ પકડી પાડતી કદવાલ પોલીસ
પાવીજેતપુર તાલુકાના ઝરી ગામે ખેતરમાં ઘાસમાં છુપાવેલો ૫૬,૭૩૬/- નો વિદેશી દારૂ પકડી પાડતી કદવાલ...