ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি( UNICEF) আৰু কটন বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত সাংবাদিক ধনদ্বীপ বৰাক প্ৰদান কৰে বিশেষ বঁটা৷ ‘Media Fellowship Award’ প্ৰদান কৰা হয় ND24ৰ ওদালগুৰিৰ সাংবাদিক ধনদ্বীপ বৰাক৷ এই অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ লগতে আন বহুকেইগৰাকী ব্যক্তি৷ 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

Dhandeep Bora