দৰঙৰ দুলীয়াপাৰাত লাটমন্ডলক আক্ৰমন কৰা ঘটনা সন্দৰ্ভত আজি দুজন যুৱকক আটক কৰা হয়৷ যুৱক দুজন ৰফিকুল ইছলাম আৰু ছফিকুল ইছলাম৷ উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ গেছ পাইপৰ এটা ছাৱ ষ্টেচন নিৰ্মানৰ বাবে আৱন্টিত মাটি ছমজাই দিবলৈ যাওতে কেইজনমান বেদখলকাৰীয়ে লাটমন্ডল, গাঁওবুঢ়াকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীক যোৱা ১২ জুলাইত খেদি খেদি আক্ৰমণ কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अग्र आरोही अग्रवाल महिला मंच ने पौध वितरण किया
अग्र आरोही अग्रवाल महिला मंच द्वारा एक पेड़ माँ के नाम महोत्सव के तहत गुरुवार को पौधे वितरित किए...
Second hand Laptop in Guwahati/Laptops at cheapest price Guwahati Assam /
Second hand Laptop in Guwahati/Laptops at cheapest price Guwahati Assam /