ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত গাফিলতি চিকিৎসকৰ।
পুৱা দহ বজালৈকে ৬ গৰাকী চিকিৎসকৰ ভিতৰত উপস্থিত আছে মাত্ৰ এগৰাকী। হামিয়াই- হিকতিয়াই অপেক্ষাৰত ৰোগী। এনেদৰেই চলি আছে বৰ্তমান বৃহত্তৰ ছিপাঝাৰক সামৰি এখন গুৰুত্বপূৰ্ণ চিকিৎসালয়।