হোজাইত ৰেল আৰক্ষীয়ে জব্দ কৰিছে গাঞ্জা।গোপন সুত্ৰৰ পম খেদি নামণিমুৱা জনশতাব্দী এক্সপ্ৰেছত অভিযান চলাই এটা সৰবৰাহকাৰী সহ জব্দ কৰিছে ১০ কেজি গাঞ্জা। গাঞ্জাখিনি ডিমাপুৰৰ পৰা ৰেলেৰে গুৱাহাটী অভিমুখে সৰহবৰাহ কৰা অৱস্থাত ৰেল আৰক্ষীয়ে চলন্ত ট্ৰেনত ধৰা পেলাই।ইপিনে গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰীটো লংকা সুভাষ নগৰৰ শংকৰ দে বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ১ লাখ টকা হব বুলি ৰেল আৰক্ষীয়ে কৰিছে মন্তব্য ।ঘটনা সন্দৰ্ভত হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে তদন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદરના પાલડી ચાર રસ્તા પાસે અકસ્માત સર્જાતા એક વ્યક્તિ ને ઈજા
દિયોદરના પાલડી ચાર રસ્તા પાસે અકસ્માત સર્જાતા એક વ્યક્તિ ને ઈજા
Jharkhand News: चंपई सोरेन ने खुद बताया कब होंगे BJP में शामिल? | Champai Soren | Aaj Tak
Jharkhand News: चंपई सोरेन ने खुद बताया कब होंगे BJP में शामिल? | Champai Soren | Aaj Tak
11 घंटे से रेस्क्यू ऑपरेशन जारी, 1875 फीट नीचे लिफ्ट में फंसे 3 को बाहर निकाला, 11 अब भी बाकी
राजस्थान के झुंझुनूं जिले में मंगलवार रात हिंदुस्तान कॉपर लिमिटेड की कोलिहान खदान में बड़ा हादसा...