ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীত ১৭ আৰু ১৮ ডিচেম্বৰত সতী ৰাধিকা স্মৃতি চাৰণ দিৱসটি দুদিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি নাট প্ৰদৰ্শন কৰিব । নাটখনিৰ শুভাৰম্ভ কৰিব জনপ্ৰিয় নায়িকা বৰ্ষা ৰাণী বিষয়াই । লগতে ১৮ ডিচেম্বৰত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रहार संघटनेचे क्रांति चौक एथे जोड़े मारो आंदोलन ?
प्रहार संघटनेचे क्रांति चौक एथे जोड़े मारो आंदोलन ?
গুৱাহাটীৰ আই টি এ মাছখোৱা চেণ্টাৰত শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান
গুৱাহাটীৰ আই টি এ মাছখোৱা চেণ্টাৰত শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান৷ বিজেপিৰ উদ্যোগত আয়োজন কৰা হয়...