শদিয়া আৰক্ষী জিলা প্ৰশাসনৰ অধীনৰ ছৈখোৱাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মৃত্যু ৷

কৰ্তব্যৰত অৱস্থাত হৃদযন্ত্ৰ বন্ধ হৈ আৰক্ষী বিষয়া দিব্যধৰ সোনোৱালৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

শদিয়াৰ সদৰ চপাখোৱাৰ মৰ্গত বৰ্তমান ৰখা হৈছে সদ্য প্ৰয়াত আৰক্ষী বিষয়া গৰাকীৰ মৃতদেহ ৷