চৰাইদেউ জিলাৰ সোণাৰিৰ অন্যতম উচ্চ শিক্ষা অনুষ্ঠান হৈছে সোণাৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এইবেলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ব্যতিক্ৰমি বাৰ্ষিক ক্ৰীড়া উৎসৱ উদযাপন । এই বাৰ্ষিক ক্ৰিয়া সমাৰোহৰ লগত সংগটি ৰাখি ছাত্র ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ ব্যতিক্ৰমি প্ৰতিযোগিতা আৰম্ভ কৰা হয় । এই শিক্ষানুষ্ঠান খনৰ প্ৰেক্ষাগৃহত আৰু প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত যথেষ্ট সংখ্যক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষীত হয় ।প্ৰতিযোগিতা সমূহত কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে এটা পানী ভৰ্তি বাল্টিৰ পৰা একাজলী পানীৰে আন এটা বাল্টিলৈ ভৰ্তি কৰা প্ৰতিযোগিতা,বেৰত ৰংতুলীকাৰ প্ৰতিযোগিতা , চালাদ বনোৱা প্ৰতিযোগিতা , পাহৰনী গৰ্ভত হেৰাই যোৱা চিঠি লিখা প্ৰতিযোগিতা , মেহেন্দী প্ৰতিযোগিতা ইত্যাদিৰে ছাত্র ছাত্ৰীৰ মাজত সপ্তাহ যোৰা বাৰ্ষিক ক্ৰিয়া সপ্তাহ পালন কৰে সোণাৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কতৃপক্ষই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*रुग्णाला आणण्यासाठी गेलेल्या डॉक्टरचा रुग्णवाहिकेतच मृत्यू*
बुलढाणा, :२१. जिल्ह्यात एक धक्कादायक घटना घडली आहे.बुलढाणा जिल्ह्यातील रोहणा प्राथमिक...
BAN vs ENG Match Highlights today: England ने दी Bangladesh को मात, Malan ने ठोका शतक
BAN vs ENG Match Highlights today: England ने दी Bangladesh को मात, Malan ने ठोका शतक
अमेरिका में कहर बरपा रहा Norovirus, जानें इस बीमारी से जुड़ा वह सबकुछ जो जानना जरूरी है
अमेरिका में एक के एक बीमारियां कहर बरपा रही है। अलास्कापॉक्स और बुबोनिक प्लेग के बाद अब यहां एक...
Mother : एक ऐसी मां की कहानी, जिसने अपने बच्चों की मौत का असली कसूरवार ढूंढ निकाला (BBC Hindi)
Mother : एक ऐसी मां की कहानी, जिसने अपने बच्चों की मौत का असली कसूरवार ढूंढ निकाला (BBC Hindi)