চৰাইদেউ জিলা আবকাৰী বিভাগৰ অভিযানকাৰী দলে মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলা ক’পাৰ্টিভ গাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযান কালত অঞ্চলটোৰ বহু কেইটা স্থানত অসাধু সুৰাৰ ব্যৱসায়ীয়ে পাতি লোৱা কেইবাটাও ভাটি ধ্বংস কৰাৰ লগতে প্ৰায় ৫৭০ লিটাৰ অবৈধ সুৰা তৈয়াৰ কৰাৰ বাবে ৰখা প্ৰায় ৪০ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই মদ, আৰু ৫ টা মদ তৈয়াৰত ব্যৱহাৰ হোৱা যন্ত্ৰ পাই জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়। অভিযান কাৰি দল যোৱাৰ উমান পায় অসাধু সুৰা তৈয়াৰীত লোক কেইজন পলায় যাবলৈ সক্ষম হয় যদিও সুৰা তৈয়াৰীত লোক কেইজনৰ ওপৰত এই অভিযানকালত মুঠ ৭ টা গোচৰ ৰুজু কৰা হৈছে বুলি আমাক জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગરબાના પાસ પર 18 ટકા જી એસ ટીને લઈને આપનો નરોડામાં વિરોધ
અમદાવાદ
રાજય સરકાર દ્વારા ગરબાના પાસ પર 18 ટકા જી એસ ટી લાગુ કરવામાં આવ્યું છે....
Shiv Sena symbol freeze: BJP, NCP, Congress यांनी काय म्हटलं? | Uddhav Thackeray | Eknath Shinde
Shiv Sena symbol freeze: BJP, NCP, Congress यांनी काय म्हटलं? | Uddhav Thackeray | Eknath Shinde