সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো অসম ৰাজ্যিক আইন সেৱা প্ৰধিকাৰী আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰধিকাৰীৰ সৌজন্যত অহা ১৩ আগষ্টত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখনি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন ধৰণৰ গোচৰ যেনে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৩, ৩৪১, ৩৪২, ৪৪৮, ৫০৬, ৩৫২ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, দেৱানী গোচৰ, চেক বাউঞ্চ গোচৰ, মটৰ দুৰ্ঘটনা দাবী ন্যায়াধীকৰণৰ গোচৰ, মটৰ যান-বাহনৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰা হ'ব। চৰাইদেউ জিলা আইন সেৱা প্ৰধিকাৰীৰ তৰফৰ পৰা ইচ্ছুক ব্যক্তিসকলক নিষ্পত্তি কৰিব বিচৰা অমীমাংসিত গোচৰসমুহৰ বাবে যাৱতীয় নথি-পত্ৰ সহ উক্ত দিনা আদালতত নিজে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। অধিক তথ্যৰ বাবে চৰাইদেউ জিলা আইন সেৱা প্ৰধিকাৰীৰ কাৰ্যালয়ত ৯৯৫৪৯-০৬৯১৫ অথবা ৮৬৩৮২-৫৯০৭০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ તાલુકાના નાની લાખાવાડ ગામમાં મારામારીનો બનાવમાં 4 લોકો વિરુદ્ધ જસદણ પોલીસમાં ફરિયાદ નોંધાય
જસદણ તાલુકાના નાની લાખાવાડ ગામમાં મારામારીનો બનાવમાં 4 લોકો વિરુદ્ધ જસદણ પોલીસમાં ફરિયાદ નોંધાય...
7 Habits and Cooking Tips to reduce Acidity #acidity #cookingtips # Antaacids
7 Habits and Cooking Tips to reduce Acidity #acidity #cookingtips # Antaacids
চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ
ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ
ঘটনাস্থলীৰ পৰা ১কি.মি...
15 हजार से कम में लॉन्च हुआ Realme का नया स्मार्टफोन, पानी में डुबने पर भी नहीं होगा खराब, बैटरी भी है बड़ी
Realme 14x 5G को भारत में लॉन्च किया गया है। ये 15 हजार से कम का पहला फोन है जिसमें IP69 डस्ट और...