সোণাৰিত আটাছু চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। আহোম জনগোষ্ঠীক অপমান কৰাৰ বিৰুদ্ধে উত্তাল সোণাৰি। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ।