মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক এইবাৰ দেখা গ'ল ব্যতিক্ৰমী ৰূপত। আজি তিলৈ গ্ৰাম্য বজাৰত অনুষ্ঠিত হৈছিল জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা । সমাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ সৌজন্যত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভাত সহধৰ্মিনী প্ৰহেলিকা শৰ্মা গগৈৰ গীত পৰিৱেশনত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কৰিলে সহযোগ। বিধায়ক চক্ৰধৰ গগৈৰ পত্নীয়ে বৰগীত পৰিৱেশন কৰাৰ লগতে বিধায়কজনে বজালে হাৰমনিয়াম। কোনোদিন এই ৰূপত নেদেখা বিধায়ক চক্ৰধৰ গগৈৰ আজি এক নতুন প্ৰতিভা দেখা পালে ৰাইজে। ৰাজনীতি কৰাৰ লগতে গায়িকা সহধৰ্মিনীৰ সৈতে সংগীত চৰ্চাৰ উমান দিলে বিধায়ক গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rishi Sunak ने G20 में महफिल लूटी, अब UK लौटते ही कौन गुस्सा दिखाने लगा?| G20 Summit India
Rishi Sunak ने G20 में महफिल लूटी, अब UK लौटते ही कौन गुस्सा दिखाने लगा?| G20 Summit India
टोंक की महिला का जयपुर कमरे में पड़ा मिला शव, गला दबाकर की हत्या
जयपुर। राजधानी के जयसिंहपुरा खोर थाना इलाके में गला दबाकर महिला की हत्या करने का मामला सामने आया...
રાજુલાના ધાતરવડી-૨ ડેમમાંથી એક વ્યક્તિની લાશ મળી..
રાજુલાના ધાતરવડી ડેમ-૨ માંથી એક વ્યક્તિની લાશ મળી આવતા લોકોના ટોળા એકત્રિત થયા હતા. રાજુલા શહેરના...
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?