পাটসাঁকোত সদৌ টাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিৰ সংবাদমেল।

ND 24 ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱালৈ টাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিৰ "স্বৰ্গদেউ চুহুং মুং"বটাঁ ঘোষণা।আজি টাই আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক সমিতিয়ে পাটসাঁকোস্হিত কেন্দ্ৰীয় টাই একাডেমীত সংবাদ মেল অনুষ্ঠিত কৰে এই বৰ্ষৰ স্বৰ্গদেউ চুহুং মুং"বটাঁ ঘোষণা কৰে।

অহা ১৫ ডিচেম্বৰত আয়োজন কৰা টাই আহোম জনগোষ্ঠীৰ নৱ বৰ্ষ আদৰণি অনুষ্ঠান "পয় পি মাউ টাই ২১১৭"ত বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক প্ৰদান কৰিব স্বৰ্গদেউ চুহুং মুং বটাঁ।