বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱালৈ টাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিয়ে প্ৰদান কৰিব "স্বৰ্গদেউ চুহুং মুং"বটাঁ। আজি টাই আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক সমিতিয়ে পাটসাঁকোস্হিত কেন্দ্ৰীয় টাই একাডেমীত সংবাদ মেল অনুষ্ঠিত কৰি জনালে এই কথা। অহা ১৫ ডিচেম্বৰত আয়োজন কৰা টাই আহোম জনগোষ্ঠীৰ নৱ বৰ্ষ আদৰণি অনুষ্ঠান "পয় পি মাউ টাই ২১১৭"ত ৰাজদ্বীপ বাইলুং বৰুৱাক প্ৰদান কৰিব স্বৰ্গদেউ চুহুং মুং বটাঁ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়া জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ জিলা অগপৰ জেষ্ঠ নেতা অশোক শৰ্মাৰ ।
শুক্ৰবাৰে তিনিচুকীয়া জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জিলা অগপৰ জেষ্ঠ নেতা...
ગુજરાત રાજ્યમાં વિધાનસભાની ચૂંટણી જાહેરાત થતાંજ આચાર સહિતા લાગુ..
આજે ગુજરાત ની વિધાનસભા ની ચૂંટણીની જાહેરાત થતા જ આચાર સહિત લાગુ થતા ડીસા શહેર માં લાગેલા હોડીગો...
ભાવનગર નેશનલ હાઈવે પર રાજપરા નજીક બોલેરો અને બાઈક વચ્ચે ગોઝારો અકસ્માત, બે યુવકનાં મોત
ભાવનગર-તળાજા નેશનલ હાઈવે રોડ પર આવેલા રાજપરા ગામ પાસે પીજીવીસીએલની બોલેરો અને બાઈક વચ્ચે અકસ્માત...
बाइक सवार की मौत एक घायल पिकअप की चपेट में आने से मामला आजमगढ़
जनपद आजमगढ़ में,बाइक सवार की मौत एक घायल पिकअप की चपेट में आने से।मालूम होकि जनपद आजमगढ़ के...