শ্ৰমিকৰ বিভিন্ন শ্লোগানেৰে ওত্তাল সোণাৰি।

আজি পুৱা শ্ৰমিকসকলে কামলৈ যোৱাৰ পূৰ্বে বাগিচাৰ কাৰ্যালয়ৰ প্ৰাংগণত শান্তিপূর্ণভাৱে সমৱেত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । শিঙৰীজান তাত বাগিচাৰ শ্ৰমিকসকলে বিভিন্ন শ্লোগানেৰে অসম চাহ মজদুৰ সংঘৰ শিঙৰীজান শাখাৰ সভাপতি অমৃত মুণ্ডা আৰু সম্পাদকৰ নেতৃত্বত প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।