কেইবাটাও ব্ৰহ্মপুত্ৰৰ বলিয়াবানে নষ্ট কৰিছে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল ভূৰাগাঁও অঞ্চলৰ শ,শ বিঘা মাকৈ,মৰাপাট, কুহিয়াৰকে আদি কৰি বিভিন্ন শস্যৰ খেতি পথাৰ। এটা মাহত দুটাকৈ ব্ৰহ্মপুত্ৰৰ বানে এনেদৰে খেতি-পথাৰ নষ্ট কৰাত ভীষণ লোকচানৰ সন্মুখীন হৈছে কৃষিজীৱী লোক সকল। চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে কৃষিজীৱী ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગરની અરૂણ સોસા.માંથી રૂ.1.90 લાખનો મુદ્દામાલ ચોરાયો
સુરેન્દ્રનગરમાં વધુ એક ચોરીનો બનાવ બન્યો હતો જેની સીટી એ ડિવિઝન પોલીસ મથકે દાળમીલ રોડ પરની અરૂણ...
JNU में प्रदर्शन पर बैन लगने पर भड़के Congress सांसद Pramod Tiwari, छात्रों से कर दी ये मांग
JNU में प्रदर्शन पर बैन लगने पर भड़के Congress सांसद Pramod Tiwari, छात्रों से कर दी ये मांग
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন
আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান...
જીત નગર વિસ્તારમાં ધાબા ઉપર થી ચાઇનીઝ દોરીના બે ફિરક કબ્જે કરી આરોપી વિરુદ્ધ ગુનો દાખલ કરતી પોલીસ
રાજપીપળા જીત નગર વિસ્તારમાં ધાબા ઉપર થી ચાઇનીઝ દોરીના બે ફિરક કબ્જે કરી આરોપી વિરુદ્ધ ગુનો દાખલ...