বৰ্ত্তমান মহাৰাষ্ট্ৰ ৰ ঔৰংগাবাদৰ ছাই NCOE (নেচনেল চেণ্টাৰ অফ একচিছিলেনচি) ত প্ৰশিক্ষক হিচাপে নিযুক্ত হৈ আছে অলকেশ বৰুৱা ।।

 কিছুদিন পূৰ্বে উজবেকিস্থানত অনুষ্ঠিত য়ুথ জুনিয়ৰ এচিয়ান চেম্পিয়ন চীফৰ বেথলিফটিং প্ৰতিযোগিতা ৰ মুখ্য প্ৰশিক্ষক ৰূপে তেখেতে অংশগ্ৰহণ কৰিছিল ।।