শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া উপলক্ষ্যত উদ্বুদ্ধ হৈছে ৰাজ্যবাসী। কালিৰে পৰা আৰম্ভ হৈছে কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক ৰাস মহোৎসৱ।

ঐতিহাসিক কামপীঠ কঞাঁত আয়োজন কৰা হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ। বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন কৰিব এইবাৰৰ ৰাস মহোৎসৱ।