কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নিজৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে।১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান। শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰেপৰা অনুষ্ঠিত হৈছে।চৰাইদেউ পৰ্বতৰ নামনিত ধোদৰ আলিৰ দাঁতিত বৃটিছ আমোলতে স্থাপন কৰা শিক্ষানুষ্ঠান খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। মূল পতাকাৰ লগতে মুঠ ১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় সামৰণি অনুষ্ঠান। আনহাতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছত স্থায়ী স্মৃতি সৌধ উন্মোচন কৰা। ইয়াৰ পাছতেই বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্মাণ কৰি দিয়া বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ আৱক্ষ মূৰ্তি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত উন্মোচন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সাহিত্য সাধনা মঞ্চৰ বাক্সা জিলা সমিতি গঠন
বাক্সা: বিভিন্ন জাতি জনজাতি, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে...
India-Nepal के सीमा सुरक्षा बलों के बीच बैठक आज से, सीमा पार अपराध समेत इन मुद्दों पर होगी चर्चा
नई दिल्ली। भारत और नेपाल के सीमा सुरक्षा बल सोमवार से यहां तीन दिवसीय द्विपक्षीय बैठक करेंगे...
અમદાવાદના કાંચકી મસ્જીદ પાસે ગેરકાયદેસર બાંધકામ સામે ચાલ્યું દાદાનું બુલડોઝર
અમદાવાદના કાંચકી મસ્જીદ પાસે ગેરકાયદેસર બાંધકામ સામે ચાલ્યું દાદાનું બુલડોઝર
દિલ્હીના નાયબ મુખ્યમંત્રી મનીષ સિસોદિયાના રોડ શોમાં ઉમટી પાટણના રસ્તાઉપર જનભેદની
દિલ્હીના નાયબ મુખ્યમંત્રી મનીષ સિસોદિયાના રોડ શોમાં ઉમટી પાટણના રસ્તાઉપર જનભેદની