কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নিজৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে।১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান। শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰেপৰা অনুষ্ঠিত হৈছে।চৰাইদেউ পৰ্বতৰ নামনিত ধোদৰ আলিৰ দাঁতিত বৃটিছ আমোলতে স্থাপন কৰা শিক্ষানুষ্ঠান খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। মূল পতাকাৰ লগতে মুঠ ১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় সামৰণি অনুষ্ঠান। আনহাতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছত স্থায়ী স্মৃতি সৌধ উন্মোচন কৰা। ইয়াৰ পাছতেই বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্মাণ কৰি দিয়া বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ আৱক্ষ মূৰ্তি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত উন্মোচন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । वृश्चिक राशि। SCORPIO। Daily Horoscope
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । वृश्चिक राशि। SCORPIO। Daily Horoscope
अमित शाह बोले- बम धमाकों का सेंटर बन चुका है बंगाल, 2025 से पहले गिर जाएगी ममता सरकार
Amit Shah Bengal Visit: केंद्रीय गृह मंत्री और भाजपा के कद्दावर नेता अमित शाह ने शुक्रवार को...
ફોટોગ્રાફી થી ફાર્મ અને ડોરથી ડિફેન્સ સુધીના ક્ષેત્રમાં ડ્રોનનો ઉપયોગ, મહત્વ વધી રહ્યુ છે..
ફોટોગ્રાફી થી ફાર્મ અને ડોરથી ડિફેન્સ સુધીના ક્ષેત્રમાં ડ્રોનનો ઉપયોગ, મહત્વ વધી રહ્યુ છે..